← ফুৰি যাওক

জনাদেশ

jo.na.dex

অৰ্থ

1.

কোনো ৰাজহুৱা বিষয়ত এক নিৰ্দ্দিষ্ট ধৰণে কাম কৰিবলৈ জনসাধাৰণে নিজৰ প্ৰতিনিধিক মতদানৰ জৰিয়তে দিয়া কৰ্ত্তৃত্ব বা আদেশ।

a command or authorization to act in a particular way on a public issue given by the electorate to its representative.

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জনাদেশ · অসমীয়া অভিধান