← ফুৰি যাওক

ওষধি

oṣadhi

অৰ্থ

1.

এবাৰ ফল বা ফুল ধৰি মৰি যোবা উদ্ভিদ; যেনে- কল, ধান

an annual plant; a plant or herb that dies after producing fruit or flower

বি.

2.

ঔষধৰ উপযোগী লতা বা সৰু গছ আদি

medicinal herb or plant

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওষধি · অসমীয়া অভিধান