← ফুৰি যাওক

সোৱাদ-লগা

xo`.wad-lo.ga

অৰ্থ

1.

জিভাত জুতি লগাকৈ বা খাবলৈ সোৱাদ লগাকৈ তৈয়াৰ কৰা খাদ্য বা ফলমুল ৷

Highly pleasing or agreeable to the senses, especially of taste or smell.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সোৱাদ-লগা · অসমীয়া অভিধান