← ফুৰি যাওক

ওবাৰ

obāra

অৰ্থ

1.

গিলিপ; ঢাকনি

a cover

বি.

2.

আঁৰকাপোৰ; যেনে-"চৌদোলে চড়িয়া; ওবাৰক দিলা; বিভীষণ ভৈলা আগ" (লঙ্কাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ