ওলা
olā
অৰ্থ
1.
বগা বা পৰিষ্কাৰ কৰা চেনিৰ লাড়ু
lump sugar in balls
বি.
2.
বাহিৰ হ; বাহিৰলৈ আহ্; প্ৰকাশ হ
to come out; come to light
অক. ধা.
3.
যাবলৈ সাজু হ
to be ready to go out
অক. ধা.
4.
সম্পূৰ্ণৰূপে সজা, গঢ়া বা বোবা শেষ হ; সম্পূৰ্ণৰূপে প্ৰস্ত্তত বা নিৰ্ম্মাণ হ; যেনে-"খনীয়াখন ওলাইছে"
to be finished (as a work of art)
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ