← ফুৰি যাওক

ওলট্-পালট্

olaṭ-pālaṭ

অৰ্থ

1.

তল ওপৰ হোবা বা কৰা কাৰ্য্য

the act of turning upside down

বি.

2.

আনি ওলটাই দিয়া কাৰ্য্য

the act of taking and returning again

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ