← ফুৰি যাওক

ওলটা-উলটি

অৰ্থ

1.

এবাৰ তল এবাৰ ওপৰ; ইলুটি-সিলুটি

the act of turning upside down or changing sides

বি.

2.

এবাৰ আনি আকৌ ফিৰাই দিয়া

act of taking and returning again

বি.

3.

এবাৰ আহি আকৌ ঘূৰি যোবা

act of coming and going back

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ