← ফুৰি যাওক

আঁকোৱালি ল

a~ko`.wa.li lo

অৰ্থ

1.

হাতেৰে ধৰি ইজনে সিজনৰ গাত লাগি মৰম বা বাৎসল্য প্ৰকাশ কৰ্।

to cling closely, especially by holding by hands.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁকোৱালি ল · অসমীয়া অভিধান