← ফুৰি যাওক

গম ল

gom dhor

অৰ্থ

1.

(কোনো বিষয়ে) অলপ অলপ জান্ বা অনুভৱ কৰ্

to feel slightly or to have a little knowledge of (something)

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

কিহবাৰ বিষয়ে অ`ৰ-ত`ৰ পৰা বতৰা সংগ্ৰহ কৰ্ বা জান ল

to gather information about something from here and there

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ