← ফুৰি যাওক

কেন্দ্ৰাপসাৰণ

ken.dra.po.xa.ron

অৰ্থ

1.

যন্ত্ৰৰ সহায়ত চক্ৰাকাৰে ঘূৰাই এক মিশ্ৰণত থকা বেলেগ-বেলেগ ঘনত্ব-বিশিষ্ট পদাৰ্থসমূহক পৃথক পৃথক কৰা প্ৰক্ৰিয়া

the process of separating substances of different densities by the use of a centrifuge

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেন্দ্ৰাপসাৰণ · অসমীয়া অভিধান