← ফুৰি যাওক

ওভতা

obhatā

অৰ্থ

1.

ওলোটা, বিপৰীত

contrary; opposite

বিণ.

সমাৰ্থক শব্দ

2.

পাছলৈ মুখ কৰা

turned back

বিণ.

সমাৰ্থক শব্দ

3.

তললৈ মুখ কৰা

upside down

বিণ.

সমাৰ্থক শব্দ

4.

অসঙ্গত; অমিল; যেনে-"ওভোতা কথা"।

inconsistent

বিণ.

সমাৰ্থক শব্দ

5.

তলৰ মূৰ বা দাঁতি ওপৰলৈ দাঙি বা তুলি (চুৰিয়া, মেখেলা)

to turn up the lower end or side

সক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ