← ফুৰি যাওক

ওভতা

অৰ্থ

1.

ওলটাই আন্ বা দি; ঘূৰাই আন্ বা দি

to give or bring back

সক. ধা.

2.

লুটিয়া; লুটিয়াই পেলা; যেনে-"লাথি হানি পেলাইল শকট উভতাই" (কীৰ্ত্তন)

turn; turn upside down

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওভতা · অসমীয়া অভিধান