ওপৰ-চকুবা
opara-cakubā
অৰ্থ
1.
গা বগা, পিঠি মুগা, মূৰ-জোঙা, গোটাসজীয়া এবেগেতমান দীঘল এবিধ নৈত থকা মাছ [ইয়াৰ চকু ডাঙৰ আৰু ওপৰমুবা, কমাই যাওঁতে পানীৰ ওপৰত ওলাই যায়]
a kind of fish; Mugil corsula
বি.
2.
ওপৰলৈ চকু কেঁৰা
with the eyes naturally looking upward; having the vision distorted upward
বিণ.
3.
গেৰেকনি পানীত নামিলে পানীৰ খাৰ লাগি ভৰিৰ কলাফুলত হোবা এবিধ খহুৰ নিচিনা ফোঁহা
a kind of eruption
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ