← ফুৰি যাওক

ওপৰে ওপৰে

opare, opare

অৰ্থ

1.

দকৈ নভবাকৈ

superficially

ক্ৰি. বিণ.

2.

ভৰ নিদিয়াকৈ; হেঁচা নমৰাকৈ

touching just lightly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওপৰে ওপৰে · অসমীয়া অভিধান