ওপৰা-উপৰি
oparā-upari
অৰ্থ
1.
এটাই কৰি থকা কাৰ্য্যকে আনটোবে কৰিবলৈ যোবা অবস্হা; ইটোৰ ওপৰৰ সিটো উঠা অবস্হা; হুৰাহুৰি; অঁৰিয়া-অঁৰি; গোলমাল; তল-ওপৰ
the state of falling one upon another; confusion
বি.
2.
এটাৰ ওপৰত আনটো হোবা; তল-ওপৰ
one upon another
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ