ওপৰণি
oparaṇi
অৰ্থ
1.
ওপৰ বা বাহিৰত থকা অংশ
the portion on the top or surface of anything
বি.
2.
জুলীয়া বস্ত্তৰ ওপৰলৈ উঠা ফেন আদি; গেদেবি
the scum
বি.
3.
বণ. ওপৰৰ; ওপৰত থকা, তলত নথকা; যেনে-"ওপৰণি আঞ্জা"
belonging to the surface or top
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ