← ফুৰি যাওক

ওপৰঞ্চি

oparañci

অৰ্থ

1.

অতিৰিক্ত; উপৰীয়া; নিৰূপিত বা প্ৰয়োজনীয় পৰিমাণতকৈ অধিক

extra; supplementary

2.

অতিৰিক্ত অংশ; নিৰূপিত পৰিমাণতকৈ উপৰীয়া খণ্ড

an appendix

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওপৰঞ্চি · অসমীয়া অভিধান