ওপৰ
opara
অৰ্থ
1.
ওখ; যেনে-"ইমান ওপৰত"
height
বি.
2.
আগৰ, ওখৰ, পিঠিৰ বা মূৰৰ ভাগ; যেনে -"পৱথিবীৰ ওপৰত"
the top
বি.
3.
আকাশ; শূন্য; যেনে -"ওপৰলৈ যা,"
the air; the above
বি.
4.
তলৰ বিপৰীত; ঊৰ্দ্ধ
upper; skyward
বিণ.
5.
উজনি; যেনে-"নৈৰ ওপৰছোবা"
upper; higher
বি.
6.
শ্ৰেষ্ঠ; অতিক্ৰম কৰা; যেনে-"সি পৰীক্ষাত ওপৰ হ'ল"
superior; surpassing
বি.
7.
পূৰ্ব্ব; আদি; ঘই; যেনে-ওপৰ পুৰুষ
original; pertaining to the origin or beginning
বি.
8.
বেছি বা অতিৰিক্ত কথা; যেনে-"ইয়াৰ ওপৰত আমাৰ একো ক'বলৈ নাই"
বি.
9.
বিৰোধ বা বিপক্ষ ভাব; যেনে-"তাৰ ওপৰত গোচৰ কৰা"
বি.
10.
প্ৰভুত্ব; যেনে-"হাঁহৰ ওপৰত শিয়াল ৰজা।"
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ