← ফুৰি যাওক

ওপচ

opaca

অৰ্থ

1.

পাত্ৰৰ মুখলৈকে ভৰি পৰ্; পূৰ হ; যেনে-"ধানেৰে পাচিটো উপচিলে"

to be full to the brim

অক. ধা.

2.

সৰহ বা বেছি পৰিমাণে হ; যেনে-"বিয়াখনত বয়-বস্ত্ত উপচি পৰিছিল"

to overflow; to abound

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ