ওন্দোলা
ondolā
অৰ্থ
1.
মেঘ ওলমি নামি আহি আন্ধাৰ কৰ্; মেঘে ঢাকি কৰ্; যেনে-"পশ্চিম ফালৰপৰা মেঘে ওন্দোলাই আহিছে"
to darken; to be covered with clouds (as sky)
অক. ধা.
2.
বেজাৰ বা অসন্তোষত মুখ ওলোমা বা বিমৰ্ষ কৰ্; যেনে-"এই কথা শুনি তাই মুখ ওন্দোলাই পেলালে"
to make the face gloomy and downcast
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ