ওনা-ওনে
অৰ্থ
1.
সৰহকৈ; সোপা-সোপে; প্ৰচুৰ পৰিমাণে; যেনে-"সি ওনা-ওনে ধন ঘটিছে"
plentifully
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ