← ফুৰি যাওক

ওনা

onā

অৰ্থ

1.

বানিবলৈ এবাৰ খুবলিত দিবৰ জোখাৰ ধান আদি; এবাৰ ভজা খোলাত দিবৰ জোখাৰ চাউল আদি

as much grain as is put into the mortar or fried at one time

বি.

2.

অক, ধা. উনা; কাণ দি; কাণ পাত ্

to listen to (a word uttered at a distance)

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ