ওদা
odā
অৰ্থ
1.
সেমেকা; ভালকৈ ভাজ নোখাব বা নুশুকোবা; ভজাত বা শুকোবাত ভিতৰৰ ভাগ কেঁচাই থকা (ধান আদি)
imperfectly roasted or dried
বিণ.
2.
ভালকৈ পানী নধৰা; সম্পূৰ্ণৰূপে পাগত নুঠা (ধাতুৰ অস্ত্ৰ আদি); যেনে-"ওদা পাগৰ দা বেগাই ভাগি যায়"
not well tempered
বিণ.
3.
কোনো বিদ্যাত বা কামত ভালকৈ শিক্ষিত বা নিপুণ নোহোবা
imperfect; unskilled; imperfectly educated
বিণ.
4.
লোণ কম হোবা; লোণৰ চোক নোলোবা; যেনে-"ওদা আঞ্জা"
not mixed with proper quantity of salt
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ