← ফুৰি যাওক

কেৰচীয়া বাছ্

ke.ro.si.ya bas

অৰ্থ

1.

বোৱা কাপোৰৰ আগ বা আঁচলত এচোৱাত পথালি সূতা (বাণি) নোবোৱাকৈ ৰাখি পাতলীয়াকৈ দুই-এডাল সূতা সুমোৱাই বৈ দে

to leave a portion at the tip of a hand-woven cloth without weaving breadth-wise and then weaving a few threads loosely thereafter

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেৰচীয়া বাছ্ · অসমীয়া অভিধান