← ফুৰি যাওক

আত্ম-সন্ধান

at.mo-xon.dhan

অৰ্থ

1.

নিজৰ ভাব-অনুভুতি, চিন্তা-চৰ্চা আদিৰ সচেতন আৰু নিৰ্মোহ বিশ্লেষণ৷

the anxious, careful examination of your own thoughts,beliefs, feelings etc. (e.g. for self improvement or to be able to take a correct decision)

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আত্ম-সন্ধান · অসমীয়া অভিধান