← ফুৰি যাওক

ওদন

odana

অৰ্থ

1.

সিদ্ধ চাউল; ভাত; "অহি জগমোহন; কান্ধে দধি ওদন, গোধন আগু বুলাই" (বৰগীত)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওদন · অসমীয়া অভিধান