← ফুৰি যাওক

ভটিয়াই যা

bho.ti.yai ja

অৰ্থ

1.

পানীৰ সোঁতৰ দিশত অৰ্থাৎ নামনিৰ ফালে গতি কৰ্

to move in the direction of the current or to the lower course of the stream

অকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভটিয়াই যা · অসমীয়া অভিধান