← ফুৰি যাওক

নিৰাপদ পেটী

ni.ra.pod pe.ti

অৰ্থ

1.

গাড়ী, বিমান আদিত চলি থকা অৱস্থাত হঠাতে হামখুৰি খাই আগত থকা বস্তুত খুন্দা নাখাবলৈ আৰোহীয়ে/চালকে পিন্ধা এডাল পেটী৷

a seat belt in a car, aircraft etc. that a person wears so that s/he does not come forward suddenly and hit somewhere.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিৰাপদ পেটী · অসমীয়া অভিধান