← ফুৰি যাওক

ওজালি

ojāli

অৰ্থ

1.

মন্ত্ৰেৰে ৰোগ-ব্যাধি জৰা বেজৰ ব্যবসায়

profession of an Ojā or sorcerer

বি.

2.

প্ৰাধান্য; প্ৰধানতা

superiority

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ