← ফুৰি যাওক

কোঁৱৰা

ko~.wo.ra

অৰ্থ

1.

গুটি বা বীজ অঙ্কুৰিত হৈ নতুনকৈ গজা গছৰ পুলি।

A young tree; a new growth from a germinating seed.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কোঁৱৰা · অসমীয়া অভিধান