ওজা
ojā
অৰ্থ
1.
কোনো বিদ্যাত বিজ্ঞ বা নিপুণ লোক; পণ্ডিত
one well-versed in any art; a teacher
বি.
2.
বিয়াহৰ পদ লগাই দিওঁতা মানুহ
the head or leader of choral singers
বি.
3.
মন্ত্ৰেৰে জৰা বেজ
sorcerer; one who presumes to cure by incantations
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ