← ফুৰি যাওক

সামাজিক কেন্দ্ৰ

xa.ma.jik ken.dro

অৰ্থ

1.

খেল, সামাজিক, সাংস্কৃতিক কাম কাজ আদিৰ বাবে কোনো অঞ্চলৰ বাসিন্দা সকল একেলগ হৈ মিলিব আৰু কাম কৰিব পৰা ৰাজহুৱা স্থান৷

a place where people from the same area/locality meet for socio-cultural, educational or sports activities.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সামাজিক কেন্দ্ৰ · অসমীয়া অভিধান