← ফুৰি যাওক

ভৰি-চেলেকা

bho.ri-se.le.ka

অৰ্থ

1.

ক্ষমতাশালী ব্যক্তিক অতিশয় প্ৰশংসা কৰি বা মন ভূলোৱা কথা কৈ কাম আদায় কৰা লোক৷ এওঁলোকৰ উদ্দেশ্য সাধাৰণতে বৰ সৎ নহয়৷

somebody who praises powerful and important people too much (but not sincerely) to get some (undue) favour from them.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

আনক, বিশেষকৈ ক্ষমতাশালী লোকক অত্যন্ত তোষামোদ কৰি স্বাৰ্থ পূৰণৰ চেষ্টা কৰা কাৰ্য্য।

the act of praising people in authority in a way that is not sincere, usually in order to get some advantage from them.

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ