← ফুৰি যাওক

ওচৰা-উচৰি

অৰ্থ

1.

পৰস্পৰ ওচৰ বা সমীপত থকা

mutually near

বিণ.

2.

প্ৰায় একে; সদৱশ; যেনে-"দুষ্টালিৰ পিনে সি বাপেকৰ ওচৰা-উচৰি"

similar

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওচৰা-উচৰি · অসমীয়া অভিধান