← ফুৰি যাওক

চৰিত তোল্

so.rit to`l

অৰ্থ

1.

নামঘৰত ধৰ্মীয় অনুষ্ঠানৰ সময়ত গুৰুসকলৰ জীৱন-চৰিত সম্পৰ্কে আলোচনা কৰ্

to discuss or narrate the life-story or biography of the `gurus` in the `namghar` during religious congregations

অকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চৰিত তোল্ · অসমীয়া অভিধান