← ফুৰি যাওক

শোহা মাৰ্

xo`.ha mar

অৰ্থ

1.

ওঁঠেৰে চেপি ৰস খা

To draw (liquid) into the mouth by movements of the tongue and lips that create suction.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

অলপ অলপ কৈ, কম পৰিমাণত জুলীয়া বস্তু খা।

to drink e.g. tea etc. in small quantities.

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শোহা মাৰ্ · অসমীয়া অভিধান