ওখ
okha
অৰ্থ
1.
উচ্চ বা ওখ ঠাই
a high place
বি.
2.
উচ্চতা; ওখৰ পৰিমাণ
height
বি.
3.
ঊৰ্দ্ধ; ওপৰ
the above
বি.
4.
উচ্চ; ওপৰলৈ বঢ়া; উন্নত
high; tall
বিণ.
5.
উদাৰ; মহৎ; নৰম বা নীহ মনৰ নোহোবা
high; noble
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
okha
উচ্চ বা ওখ ঠাই
a high place
বি.
উচ্চতা; ওখৰ পৰিমাণ
height
বি.
ঊৰ্দ্ধ; ওপৰ
the above
বি.
উচ্চ; ওপৰলৈ বঢ়া; উন্নত
high; tall
বিণ.
উদাৰ; মহৎ; নৰম বা নীহ মনৰ নোহোবা
high; noble
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ