← ফুৰি যাওক

স্বাদযন্ত্ৰ

swad.jon.tro

অৰ্থ

1.

মুখৰ ভিতৰত থকা কোমল মাংপেশীৰে গঠিত এক অঙ্গ, যি খাদ্যবস্তু চোবোৱা আৰু গিলাত সহায় কৰে৷ ই স্বাদৰ প্ৰধান অঙ্গ৷

A large cluster of skeletal muscles on the floor of the mouth that manipulates food for chewing and swallowing. It is the primary organ of taste.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

স্বাদযন্ত্ৰ · অসমীয়া অভিধান