← ফুৰি যাওক

স্বৈৰতা

swoi.ro.ta

অৰ্থ

1.

লোকৰ হিত-অহিত, সুবিধা-অসুবিধাৰ কথা চিন্তা নকৰি নিজৰ খেয়াল-খুচিমতে কৰা কাৰ্য্য কলাপ৷

The quality of being wayward or guided by one's own way regardless of the wishes or good of others.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

স্বৈৰতা · অসমীয়া অভিধান