← ফুৰি যাওক

ওকাল্

okāl

অৰ্থ

1.

বঁতিয়াই পেলা; মুখৰপৰা উলিয়াই বা বাজ কৰি পেলা; উকুলিয়া

to eject from the mouth

সক. ধা.

2.

বঁতিয়াবলৈ উপক্ৰম কৰ্; বঁতিয়াব খোজ্

to retch

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওকাল্ · অসমীয়া অভিধান