← ফুৰি যাওক

ওকট্

okaṭ

অৰ্থ

1.

গোবৰ আদি বেয়া বস্ত্ত খুঁচৰি তল-ওপৰ কৰ্; গূ, মূত, আদি পেলা

to turn up; to tear asunder; to upturn or remove dirt

সক. ধা.

2.

গুণ কথা প্ৰকাশ কৰ্; লুকাই থকা নিন্দাৰ কথা লোকৰ আগত উলিয়াই দি

to expose one's private character

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ওকট্ · অসমীয়া অভিধান