← ফুৰি যাওক

ঐষিক

aiṣika

অৰ্থ

1.

এবিধ বাণ [অশ্বত্থামাই পাণ্ডুবৰ বংশ নাশ কৰিবলৈ এমুঠি ইকৰা পাত লৈ আৰু তাত মন্ত্ৰ উচ্চাৰণ কৰি ভীমৰ ফালে দলিওবা অস্ত্ৰ-বিশেষ]।

বি.

2.

এই ঘটনাৰ কথা থকা মহাভাৰতৰ এটা অনুপৰ্ব্ব

a canto of the Mahābhārata

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঐষিক · অসমীয়া অভিধান