← ফুৰি যাওক

ভৰ দে

bhor de

অৰ্থ

1.

কোনো তত্ত্ব বা ব্যক্তিৰ সপক্ষে থিয় হ

To maintain or advocate a theory or a person

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

(কিহবাৰ) গাত হেঁচা দি চিধা হ।

to lean against (something).

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভৰ দে · অসমীয়া অভিধান