← ফুৰি যাওক

ঐশ্বৰ্য্য

aiśbaryya

অৰ্থ

1.

প্ৰচুৰ ধন-সম্পত্তি

wealth

বি.

সমাৰ্থক শব্দ

2.

যোগ বা ভক্তি কৰি পোবা ঐশ্বৰিক শক্তি; যেনে-"অণিমা লঘিমা আদি ঐশ্বৰ্য্য যতেক" (ৰত্নাবলী)

superhuman power; divinity

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঐশ্বৰ্য্য · অসমীয়া অভিধান