← ফুৰি যাওক

কাঁটি

ka~.ti

অৰ্থ

1.

কেতিয়াবা লোৰ মূৰীয়া লগোৱা ক্ষীণ, দীঘল লাঠি।

sharp pointed stick often tipped with iron.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

হালোৱা এছাৰিৰ এমূৰত থকা জোং

the pointed end of an ox-goad

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাঁটি · অসমীয়া অভিধান