← ফুৰি যাওক

হাৰুৱা কপৌ

ha.ru.wa ka.pou

অৰ্থ

1.

ডিঙিত কলা ৰিং থকা এবিধ কপৌ চৰাই ৷

a kind of dove having black circular ring mark on the neck.

জাতিবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাৰুৱা কপৌ · অসমীয়া অভিধান