← ফুৰি যাওক

শঙ্কু-আকৃতিৰ

xong.ku-akri.tir

অৰ্থ

1.

আকৃতিত এটা শঙ্কুৰ দৰে, অৰ্থাৎ ভূমি চেপেটা, সমান, গাটো ঘূৰণীয়া আৰু ক্ৰমান্বয়ে শীৰ্ষৰ ফালে জোঙা।

having the form of, resembling, or pertaining to a cone.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শঙ্কু-আকৃতিৰ · অসমীয়া অভিধান