← ফুৰি যাওক

প্লাজমা

plaj.ma

অৰ্থ

1.

পদাৰ্থৰ চতুৰ্থ অৱস্থা, য’ত পদাৰ্থৰ কিছু অংশ আয়নীকৃত অৱস্থাত থাকে ৷

Fourth state of matter similar in which a certain portion of the particles are ionized.

গুণবাচক বিশেষ্য

2.

তেজৰ জুলীয়া অংশ৷

Blood plasma is the pale yellow liquid component of blood that normally holds the blood cells in whole blood in suspension; this makes plasma the extracellular matrix of blood cells. It makes up about 55% of the body's total blood volume.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ