এহে
ehe
অৰ্থ
1.
আনন্দ প্ৰকাশ কৰা মাত; যেনে-"এহে, বেচ হৈছে"
an exclamation of excitement or joy
অব্য.
2.
নিন্দা বা অবজ্ঞা প্ৰকাশ কৰা মাত; যেনে-"এহে বাৰুটো অ!"
a particle used for expressing ridicule
অব্য.
3.
স্বৰ পূৰ কৰিবৰ কাৰণে গোবা ফাকিৰ অন্তত লগোবা মাত; যেনে-"ৰাম জয় হৰি এহে"
a particle added to a chorus of a song
অব্য.
4.
এখেত; এইজনা
this person
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ