← ফুৰি যাওক

তুষাৰ ক্ষত

tu.xar khyot

অৰ্থ

1.

অতিপাত ঠাণ্ডাত গাৰ কোনো কোনো অংশ, বিশেষকৈ আঙুলি আদিৰ ক্ষতি হোৱা৷

a condition where parts of the body like fingers and toes are seriously injured/ damaged as a result of freezing temperature.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তুষাৰ ক্ষত · অসমীয়া অভিধান